ভৌগোলিক স্থানাঙ্ক প্ৰণালী

ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়। স্থানাংকত সাধাৰণতে অক্ষাংশ, দ্ৰাঘিমাংশ আৰু সমূদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ব্যৱহাৰ কৰা হয়।[1]

This is a basic photo showing that latitude lines are horizontal and longitude lines are vertical- 2014-07-25 20-36
দ্ৰাঘিমা ৰেখাবোৰ ভূমধ্য ৰেখাৰ লম্বভাৱে আৰু অক্ষ ৰেখাবোৰ সমান্তৰালভাৱে থাকে।

তথ্য সংগ্ৰহ

  1. A Guide to coordinate systems in Great Britain v1.7 October 2007 D00659 accessed 14.4.2008

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.