বিশ্বকোষ

বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়।[1] কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।[1] অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, ব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়। [2][3][4][5]

Encyclopedia Britannica (crop)
এঞ্চাইক্ল'পিডিয়া ব্ৰিটেনিকা
Ringelbergius, 'Lucubrationes...KYKLOPEDEIA...' ed. Basel 1541 original
১৫৪১ৰ "ল্যুকুব্ৰেশ্যনেচ"ৰ বেটুপাত

বিশ্বকোষৰ ইতিহাস

প্ৰায় দুহাজাৰ বৰ্ষৰপৰা বিশ্বকোষ অস্তিত্বত আছে। পলিনি দ্য এল্ডাৰৰ প্ৰথম শতিকাৰ নেচুৰেলিচ হিষ্টৰিয়া এক প্ৰাচীন বিশ্বকোষ যি ৰ'ম সাম্ৰাজ্যত লিখা হৈছিল। এটিম'লজিয়ে মধ্যযুগৰ প্ৰথম বিশ্বকোষ বুলি গণ্য কৰা হয় যি ৰাইচ'দ'ৰ অৱ চেভাইলৰ সৃষ্টি।

তথ্য সংগ্ৰহ আৰু উদ্ধৃতি

  • EtymologyOnline
  • "Encyclopaedia". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/186603/encyclopaedia। আহৰণ কৰা হৈছে: July 27, 2010.
  • Béjoint, Henri (2000). Modern Lexicography. Oxford University Press. ISBN 978-0-19-829951-6.
  • C. Codoner, S. Louis, M. Paulmier-Foucart, D. Hüe, M. Salvat, A. Llinares, L'Encyclopédisme. Actes du Colloque de Caen, A. Becq (dir.), Paris, 1991.
  • Lexicography at a Crossroads: Dictionaries and Encyclopedias Today, Lexicographical Tools Tomorrow. Peter Lang. 2009. ISBN 978-3-03911-799-4.
  • Blom, Phillip (2004). Enlightening the World: Encyclopédie, the Book that Changed the Course of History. প্ৰকাশক New York; Basingstoke: Palgrave Macmillan. ISBN 978-1-4039-6895-1. OCLC 57669780.
  • Collison, Robert Lewis (1966). Encyclopaedias: Their History Throughout the Ages (2nd সম্পাদনা). প্ৰকাশক New York, London: Hafner. OCLC 220101699.
  • Cowie, Anthony Paul (2009). The Oxford History of English Lexicography, Volume I. Oxford University Press. ISBN 978-0-415-14143-7. https://books.google.com/?id=nhnVF9Or_wMC&printsec=frontcover&q। আহৰণ কৰা হৈছে: August 17, 2010.
  • Darnton, Robert (1979). The business of enlightenment : a publishing history of the Encyclopédie, 1775–1800. প্ৰকাশক Cambridge: Belknap Press. ISBN 978-0-674-08785-9.
  • Hartmann, R. R. K.; James, Gregory; James, Gregory (1998). Dictionary of Lexicography. Routledge. ISBN 978-0-415-14143-7. https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia। আহৰণ কৰা হৈছে: July 27, 2010.
  • Kafker, Frank A., ed (1981). Notable encyclopedias of the seventeenth and eighteenth centuries: nine predecessors of the Encyclopédie. প্ৰকাশক Oxford: Voltaire Foundation. ISBN 978-0-7294-0256-9. OCLC 10645788.
  • Kafker, Frank A., ed (1994). Notable encyclopedias of the late eighteenth century: eleven successors of the Encyclopédie. প্ৰকাশক Oxford: Voltaire Foundation. ISBN 978-0-7294-0467-9. OCLC 30787125.
  • Needham, Joseph (1986). "Part 7, Military Technology; the Gunpowder Epic". Science and Civilization in China. 5 – Chemistry and Chemical Technology. প্ৰকাশক Taipei: Caves Books Ltd.. ISBN 978-0-521-30358-3. OCLC 59245877.
  • Rosenzweig, Roy (June 2006). "Can History Be Open Source? Wikipedia and the Future of the Past". Journal of American History খণ্ড 93 (1): 117–46. doi:10.2307/4486062. ISSN 1945-2314. Archived from the original on April 25, 2010. https://web.archive.org/web/20100425130754/http://chnm.gmu.edu/essays-on-history-new-media/essays/?essayid=42.
  • Sideris, Athanasios (2006). "The Encyclopedic Concept in the Web Era", in Ioannides M., Arnold D., Niccolucci F. and K. Mania (eds.), The e-volution of Information Communication Technology in Cultural Heritage. Where Hi-Tech Touches the Past: Risks and Challenges for the 21st Century. VAST 2006, Epoch, Budapest, pp. 192–197. আই.এচ.বি.এন. 963-8046-74-0.
  • Walsh, S. Padraig (1968). Anglo-American general encyclopedias: a historical bibliography, 1703–1967. প্ৰকাশক New York: Bowker. পৃষ্ঠা. 270. OCLC 577541.
  • Yeo, Richard R. (2001). Encyclopaedic visions : scientific dictionaries and enlightenment culture. প্ৰকাশক Cambridge, New York: Cambridge University Press. ISBN 978-0-521-65191-2. OCLC 45828872. http://www.cambridge.org/us/academic/subjects/history/history-ideas-and-intellectual-history/encyclopaedic-visions-scientific-dictionaries-and-enlightenment-culture?format=HB.
  1. 1.0 1.1 Dictionary of Lexicography. https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia.
  2. Béjoint, Henri (2000). Modern Lexicography, pp. 30–31. Oxford University Press. আই.এচ.বি.এন. 0-19-829951-6
  3. "Encyclopaedia". http://www.britannica.com/EBchecked/topic/186603/encyclopaedia.
  4. Dictionary of Lexicography. https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia.
  5. The Oxford History of English Lexicography, Volume I. https://books.google.com/?id=nhnVF9Or_wMC&printsec=frontcover&q.
অচেটীয় ৱিকিপিডিয়া

অচেটীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অচেটীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১০,৪৬১ প্ৰবন্ধ আছে।

অসমীয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 5,871 টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়। সক্ৰিয় সম্পাদকৰ সংখ্যা ২০১১ চনৰ প্ৰথম ভাগত ১০ জনৰ বিপৰীতে ২০১২ চনৰ ১৫ অক্টোবৰত ২২ জন আৰু ২০১৩ চনৰ মাৰ্চলৈকে পুনৰ কমি ১৫ জন হয়।

ইংৰাজী ৱিকিপিডিয়া

ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 53,94,070 প্ৰবন্ধ আছে।

ইডো ৱিকিপিডিয়া

ইডো ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইডো সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৭,০০৮ প্ৰবন্ধ আছে।

ওড়িয়া ৱিকিপিডিয়া

ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৬২৩ প্ৰবন্ধ আছে।

কাজাখ ৱিকিপিডিয়া

কাজাখ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাজাখ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 2,18,599 প্ৰবন্ধ আছে।

ক্ৰি ৱিকিপিডিয়া

ক্ৰি ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ক্ৰি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২৬ প্ৰবন্ধ আছে।

চাৰ্ব'-ক্ৰ'ৱেচীয় ৱিকিপিডিয়া

চাৰ্ব'-ক্ৰ'ৱেচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাৰ্ব'-ক্ৰ'ৱেচীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৪,৩৮,৪৩৯ প্ৰবন্ধ আছে।

জাপানী ৱিকিপিডিয়া

জাপানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাপানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 10,58,422 প্ৰবন্ধ আছে।

বাস্ক ৱিকিপিডিয়া

বাস্ক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বাস্ক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 2,79,675 প্ৰবন্ধ আছে।

ভেণ্ডা ৱিকিপিডিয়া

ভেণ্ডা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভেণ্ডা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৩৯ প্ৰবন্ধ আছে।

মঙ্গোলিয় ৱিকিপিডিয়া

মঙ্গোলিয় ৱিকিপিডিয়া (মঙ্গোলিয়: Монгол Википедиа) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মঙ্গোলিয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৭,০৫৭ প্ৰবন্ধ আছে।

মিচৰীয় আৰবী ৱিকিপিডিয়া

মিচৰীয় আৰবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মিচৰীয় আৰবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৬,৬৫৩ প্ৰবন্ধ আছে।

যিদ্দি ৱিকিপিডিয়া

যিদ্দি ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ যিদ্দি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৮৬৪ প্ৰবন্ধ আছে।

লিথুৱানীয় ৱিকিপিডিয়া

লিথুৱানীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ লিথুৱানীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৮১,৬৯৯ প্ৰবন্ধ আছে।

লেটিন ৱিকিপিডিয়া

লেটিন ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ লেটিন সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,২৬,৫১৫ প্ৰবন্ধ আছে।

স্লোভাক ৱিকিপিডিয়া

স্লোভাক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ স্লোভাক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 2,17,552 প্ৰবন্ধ আছে।

ৰুছ ৱিকিপিডিয়া

ৰুছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৰুছ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 13,90,264 প্ৰবন্ধ আছে।

ৱিজবেক ৱিকিপিডিয়া

ৱিজবেক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৱিজবেক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,২৮,৮৫৯ প্ৰবন্ধ আছে।

ৱেল্‌ছ ৱিকিপিডিয়া

ৱেল্‌ছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৱেল্‌ছ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯১,১৫০ প্ৰবন্ধ আছে।

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.