চাইপ্ৰাছ

চাইপ্ৰাছ (Listeni/ˈsprəs/; Greek: Κύπρος [ˈcipros]; তুৰস্কীয়া: Kıbrıs সাঁচ:IPA-tr), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি দিছে।[7] আন্তৰ্জাতিক আইন অনুসৰি, চাইপ্ৰাছ ৰাজ্যৰ সাৰ্বভৌমত্ব চাইপ্ৰাছ দ্বীপ আৰু কাষৰ সাগৰীয় অঞ্চললৈ বিস্তাৰিত, ব্ৰিটিছৰ দখলত থকা আক্ৰটিৰি আৰু ডেকেলিয়া অঞ্চল বাদে। চাইপ্ৰাছ মেডিটেৰেনিয়ানৰ জনসংখ্যা আৰু মাটিকালি, উভয় দিশৰেপৰা ৩য় বৃহৎ দেশ। এই দেশ ইউৰোপীয় সংঘৰ সদস্য।

চাইপ্ৰাছ গণৰাজ্য
Κυπριακή Δημοκρατία (Greek)
Kıbrıs Cumhuriyeti  (Turkish)
Flag of চাইপ্ৰাছ
ৰাষ্ট্ৰীয় সঙ্গীত
Ὕμνος εἰς τὴν Ἐλευθερίαν[1]
"মুক্তিৰ মন্ত্ৰ"

চাইপ্ৰাছ-ৰ অৱস্থান
Location of Cyprus (green) and Northern Cyprus (brighter green) in the European Union (light green)চাইপ্ৰাছ (সেউজীয়া), উত্তৰ চাইপ্ৰাছ (উজ্জ্বল সেউজীয়া), ইউৰোপীয় সংঘ (পাতল সেউজীয়া)
ৰাজধানীনিক'ছিয়া
35°10′N 33°22′E / 35.167°N 33.367°E
ৰাষ্ট্ৰভাষা (সমূহ)
  • গ্ৰীক
  • তুৰ্কিছ
Minority languages
  • আৰ্মেনিয়ান
  • চাইপ্ৰিয়ট আৰবী
Vernaculars
  • চাইপ্ৰিয়ট গ্ৰীক
  • চাউপ্ৰিয়ট টুৰ্কিছ
জনগোষ্ঠীসমূহ 
  • গ্ৰীক চাইপ্ৰিয়ট
  • তুৰ্কিছ চাইপ্ৰিয়ট
  • আৰ্মেনিয়ান
  • সংখ্যালঘু
জাতীয়তাসূচক বিশেষণ চাইপ্ৰিয়ট
চৰকাৰ য়ুনিটেৰি প্ৰেচিডেন্সিয়েল কন্সটিট্যুচনেল ৰিপাব্লিক
 -  ৰাষ্ট্ৰপতি নিকছ আনাষ্টাসিয়েডছ
স্বাধীন পূৰ্বে যুক্তৰাজ্যৰ দখলত
 -  জুৰিছ আৰু লণ্ডন চুক্তি ১৯ ফেব্ৰুৱাৰি ১৯৫৯ 
 -  স্বাধীনতা ১৬ আগষ্ট ১৯৬০ 
 -  স্বাধীনতা দিৱস ১ অক্টোবৰ ১৯৬০ 
 -  ইউৰোপীয় সংঘত যোগদান কৰিলে]] ১ মে' ২০০৪ 
মাটিকালি
 -  মুঠ[2] ৯,২৫১ বৰ্গ কিমি (১৬৮)
৩,৫৭২ বৰ্গ মাইল 
 -  জলভাগ (%) ৯ (৮৩৩ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৩ আনুমানিক ১১,৪১,১৬৬'"`UNIQ--ref-০০০০০০০২-QINU`"''"`UNIQ--ref-০০০০০০০৩-QINU`"' (১৫৮)
 -  ২০১১ লোকপিয়ল ৮,৩৮,৮৯৭'"`UNIQ--ref-০০০০০০০৪-QINU`"''"`UNIQ--ref-০০০০০০০৫-QINU`"' 
জিডিপি (পিপিপি) ২০১৪ আনুমানিক
 -  মুঠ $২৭.৫১৬ বিলিয়ন[5] (১২৫)
 -  জনমুৰি $৩০৮৮২[5] (৩৭)
জিডিপি (নামমাত্ৰ) ২০১৪ আনুমানিক
 -  মুঠ $২৩.২৬৩[5] (১০৫)
 -  জনমুৰি $২৬১০৯[5] (৩১)
জিনি সহগ? (২০১১) 29.1 (১৯)
মানৱ উন্নয়ন সূচক (২০১৩) 0.845 (৩২)
মুদ্ৰা ইউৰো (EUR)
সময় অঞ্চল পূব ইউৰোপ সময় (ইউটিচি+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পূব ইউৰোপীয় গ্ৰীষ্মকালীন সময় (ইউটিচি+3)
গাড়ী চলোৱা হয় left
ইণ্টাৰনেট টিএলডি .cy[6]
কলিং ক'ড ++357

বুৰঞ্জী

এই ভূমিত মানৱ ইতিহাসৰ চিন খ্ৰীষ্টপূৰ্ব ১০,০০০ৰো আগৰ খিৰ'কিছিয়াৰ অৱশেষত পোৱা যায়। চাইপ্ৰাছ বিশ্বৰ কিছু আটাইতকৈ পুৰণি পানীৰ কোঁৱাৰ ঠাই। ২০০০ খ্ৰীষ্টপূৰ্বত এই ভূমি মাইচেনিয়ান গ্ৰীকসকলে দখল কৰিছিল। চাইপ্ৰাছৰ স্থানৰ নীতিগত গুৰুত্বৰ বাবে এচিৰিয়ান, ইজিপ্ছিয়ান, পাৰ্চী আদি বিভিন্ন শক্তিয়ে এই ভূমি দখল কৰিছিল। পাৰ্চীসকলৰ পাছত ৩৩৩ খ্ৰীষ্টপূৰ্বত এই ভূমি এলেগজেণ্ডাৰ মহানে অধিকাৰ কৰিছিল। এই ভূমি টলেমিক ইজিপ্ট, শাস্ত্ৰীয় আৰু পূৰ্ব দিশৰ ৰোমান সাম্ৰাজ্য, আৰবী খালিফাতন্ত্ৰ, ফৰাচী লিচিনান সাম্ৰাজ্য, ভেনেচিয়ান আৰু অট্টমান সাম্ৰাজ্যৰ দখলতো আছিল।

১৮৭৮ৰপৰা ব্ৰিটিছে শাসন কৰা চাইপ্ৰাছ আনুষ্ঠানিকভাৱে ১৯১৪ চনত ব্ৰিটিছৰ দখললৈ গ'ল। ১৯৫০ৰ দশকত তুৰস্কমূলীয় চাইপ্ৰিয়ট নেতাসকল আৰু তুৰস্কৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায়, চাইপ্ৰাছক তুৰস্কত অন্তৰ্ভুক্ত কৰা। আন হাতে, একে সময়তে, সংখ্যাগুৰু গ্ৰীক চাইপ্ৰিয়ট নেতাসকল, গ্ৰীচ আৰু গোৰা গ্ৰীক গিৰ্জাৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায় এই দেশক গ্ৰীচৰ অন্তৰ্ভুক্ত কৰা। ১৯৫০ৰ দশকৰ ৰাষ্ট্ৰীয়তাবাদী হিংসাৰ পাছত ১৯৬০ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰিলে। ১৯৬৩ চনত ১১ বছৰীয়া সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ'ল। প্ৰায় ২৫,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ স্থানান্তৰণৰ পাছত দেশখনত তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ প্ৰতিনিধিত্ব অন্ত কৰিলে। ১৫ জুলাই ১৯৭৪ চনত গ্ৰীক চাইপ্ৰয়ট ৰাষ্ট্ৰীয়তাবাদীসকলৰ সহযোগত গ্ৰীক সামৰিক জুণ্টাই চাইপ্ৰাছ দখলৰ চেষ্টা কৰিছিল। এই ঘটনাই তুৰস্কৰ চাইপ্ৰাছ আক্ৰমণ আৰু দকলক প্ৰেৰিত কৰিলে, উত্তৰ চাইপ্ৰাছ তুৰস্কৰ দখললৈ গ'ল, ১,৫০,০০০ গ্ৰীক চাইপ্ৰিয়ট আৰু ৫০,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়ট স্থানান্তৰ হ'ল। ১৯৮৩ চনত সেই স্থানত এক পৃথক, স্বাধীন তুৰস্ক মূলীয় চাইপ্ৰিয়ট ৰাজ্য, উত্তৰ চাইপ্ৰাছ গঠন হ'ল। এই ঘটনাৱলী আৰু ফলস্বৰূপে গা কৰা ৰাজনৈতিক পৰিস্থিতি বৰ্তমানেও বিবাদৰ বিষয়।

তথ্য সংগ্ৰহ

  1. "এই গ্ৰীক গীতে ১৯৬৬ চনত ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰিছিল।". http://www.presidency.gov.cy/presidency/presidency.nsf/prc34_en/prc34_en?OpenDocument। আহৰণ কৰা হৈছে: 3 June 2015.
  2. উত্তৰ চাইপ্ৰাছ, ৰাষ্ট্ৰসংঘৰ বাফাৰ অঞ্চল, আক্ৰটিৰি আৰু ঢেকেলিয়াক অন্তৰ্ভুক্ত কৰি
  3. United Nations, Department of Economic and Social Affairs, Population Division (2013). World Population Prospects: The 2012 Revision, Highlights and Advance Tables (ESA/P/WP.220). প্ৰকাশক New York. p. 52. http://esa.un.org/wpp/Documentation/pdf/WPP2012_HIGHLIGHTS.pdf.
  4. "Statistical Service – Population and Social Conditions – Population Census – Announcements – Preliminary Results of the Census of Population, 2011" (Greek ভাষাত). Statistical Service of the Ministry of Finance of the Republic of Cyprus. 29 December 2011. http://www.cystat.gov.cy/mof/cystat/statistics.nsf/All/732265957BAC953AC225798300406903?OpenDocument&sub=2&sel=1&e=। আহৰণ কৰা হৈছে: 29 January 2012.
  5. 5.0 5.1 5.2 5.3 "Report for Selected Countries and Subjects". World Economic Outlook Database, October 2015. প্ৰকাশক Washington, D.C.: International Monetary Fund. 6 October 2015. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=28&pr.y=2&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=423&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 12 October 2015.
  6. The .eu domain is also used, shared with other European Union member states.
  7. "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". UNSD. http://unstats.un.org/unsd/methods/m49/m49regin.htm#asia। আহৰণ কৰা হৈছে: 20 May 2015.


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমুহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰনৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

ইউৰো

ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮ খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন. ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে। ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।

২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে। ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮ গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়। ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০

ইউৰোপ

ইউৰোপ এখন মহাদেশ।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে। প্ৰথম গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ২০১৭ চনৰ ২৮ অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ে উদ্বোধন কৰিছিল। অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱৰ আৰম্ভণি ২০১৬ চনৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা বিজয়ী অশ্বগৰ ফাৰহাদিৰ দ্বাৰা নিৰ্দেশিত ছবি দা চেলেছ্মেন প্ৰদৰ্শনৰ যোগেদি হৈছিল।

জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা

জনসংখ্যা অনুসৰি মহাদেশসমূহৰ তালিকা

বিশ্বৰ প্ৰায়বোৰ দেশৰ জনসংখা এক নিৰ্দিষ্ট সাংখিক ক্ৰমত থাকে ৷চীন আৰু ভাৰত দেশতেই কিঙ প্ৰভাব্ দেখিবলৈ পোৱা নাযায় ৷

This is a list of countries by population. The list includes independent countries and inhabited dependent territories based on the ISO standard ISO 3166-1. Also given, as a percentage, is each country's population compared to the population of the world, which according to the United States Census Bureau population clock is estimated at billion.জনসংখা অনুসৰি এইখন দেশৰ তালিকা ৷ ইয়াত স্বাধীন আৰু আই এছ ও মানদন্দ (ISO 3166-1) অনুসৰি বসবাস কৰা দেশৰ তালিকা দিয়া হৈছে ৷ইয়াৰ ওপৰিও প্ৰতিখন দেশৰ জনসংখা পৃথিবীৰ মুঠ জনসংখাৰ শতকৰা হিচাবত দিয়া হৈছে ৷

According to a separate estimate by the United Nations, it exceeded 7 billion in October 2011. Areas that form integral parts of sovereign states, such as the countries of the United Kingdom, are counted as part of the sovereign states concerned. Not included are other entities, such as the European Union, that are not sovereign states, and dependent territories that do not have permanent populations, such as various countries' claims to Antarctica.n1Figures used in this chart are based on the most recent estimate or projection by the national census authority where available and usually rounded off. Where there is not updated national data, figures are based on the 2012 estimates by the Population Division of the United Nations Department of Economic and Social Affairs. Because the compiled figures are not collected at the same time in every country, or at the same level of accuracy, the resulting numerical comparisons may result in misleading conclusions. Further, the addition of all countries may not equal the world total.

For a graphical version of this list, see list of countries by population (graphical). See also list of countries and dependencies by population density and the list of regional organizations by population.

জনসংখ্যা বৃদ্ধিৰ হাৰ অনুসৰি দেশসমূহৰ তালিকা

This article includes three lists of countries and self-governing dependent territories by population growth rate.

The first list is based on the estimates taken from the 2006 edition of the United Nations World Population Prospects report. Figures are population growth rate estimates for the period 2005–2010 using the medium variant.

The second list is based on CIA World Factbook estimates for year ২০১১. Dependent territories and not fully recognized states are not ranked.

The third list is based on World Bank estimates for year ২০০৯. Population is based on the de facto definition of population, which counts all residents regardless of legal status or citizenship—except for refugees not permanently settled in the country of asylum, who are generally considered part of the population of the country of origin.

তীজান বাঈ

তীজান বাঈ (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীছগঢ়ৰ বিখ্যাত পৰিবেশ্য কলা পাণ্ডৱনীৰ লগত জড়িত। পাণ্ডৱনীত মহাভাৰতৰ কাহিনী গীত আৰু বাদ্যযন্ত্ৰৰ মাধ্যমৰে পৰিবেশন কৰা হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত পদ্মবিভূষণ প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ ১৯৯৫ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৮ চনত জাপানৰ ফুকুওয়া প্ৰাইজ লাভ কৰিছিল। ২০০৩ চনত তেওঁৰ অৱদানৰ বাবে বিলাসপুৰ বিশ্ববিদ্যালয়ে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰিছিল।

দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা

২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন এই বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ ১৫৭ খন দেশব্যপী ("state parties") আছে। এই ৯৬২ খন ক্ষেত্ৰৰ ভিতৰত , ৭৪৫ খন "সাংষ্কৃতিক", ১৮৮ খন "প্ৰাকৃতিক" বাকী ২৯ খন মিশ্ৰ সম্পদ। দেশসমূহ বিশ্ব ঐতিহ্য কমিটিয়ে ৫ ভৌগোলিক এলেকাত বিভক্ত কৰিছে: আফ্ৰিকা, আৰৱ, এছিয়া-পেছিফিক, ইউৰোপ আৰু উত্তৰ আমেৰিকা, আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ান।

ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। অৰ্থনীতি বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

ফিফা

Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংন্থা (ফিফা, /ˈfiːfə/; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংন্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত। বৰ্তমান ফিফাৰ সভাপতি ছেপ্‌ ব্লাটাৰ। ফিফাই ফুটবলৰ মূল প্ৰতিযোগিতা বিশ্বকাপ অনুষ্ঠিত কৰে।

ফিফাত দেশসমূহৰ সংকেতৰ তালিকা

ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent areas, in official competitions. The FIFA designations are also sometimes used outside of association football in other sports[উদ্ধৃতিৰ প্ৰয়োজন], e.g. snooker.

ভূমধ্য সাগৰ

ভূমধ্য সাগৰ (/ˌmɛdɪtəˈreɪniən/; ইটালীয়ান: Mare Mediterraneo or Mar Mediterraneo [mar mediterˈraːneo]; আৰবী: البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; সাঁচ:Lang-ell [meˈsoʝos ˈθalasa]; ফৰাচী: Mer Méditerranée [mɛʁ mediteʁane]; স্পেনীছ: Mar Mediterráneo [mar meðiteˈraneo]; তুৰস্কীয়া: Akdeniz; লেটিন: Mare Nostrum

) আটলান্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ ৷ এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে৷ ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভান্ট (Levant) ৷ এই সাগৰক কেতিয়াবা আটলান্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়৷ এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ন্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia) ৷

মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা

এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।

সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকা

This is a list of sovereign states giving an overview of states around the world with information on the status and recognition of their sovereignty.

The list contains 206 entries. The states are divided using two distinct methods:

The membership within the United Nations system column divides the states into two categories: 193 member states and one observer state in the United Nations, and 12 other states.

The sovereignty disputes column divides the states into two categories: 16 states whose sovereignty is disputed and 190 other statesCompiling a list such as this can be a difficult and controversial process, as there is no definition that is binding on all the members of the community of nations concerning the criteria for statehood. For more information on the criteria used to determine the contents of this list, please see the criteria for inclusion section below.

হেণ্ডবল

হেন্ডবল এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেন্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২ জন খেলুৱৈ থাকে আৰু ৭ জন খেলুৱৈ খেলপথাৰত খেলে। যিবোৰ দেশত এই খেলল প্ৰচলন আছে সিহঁতৰ মাজত, পোলেণ্ড, চাইপ্ৰাছ, ৰোমানীয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান উল্লেখযোগ্য।

৫ নৱেম্বৰ

৫ নৱেম্বৰ (ইংৰাজী: 5 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৯ তম (অধিবৰ্ষত ৩১০ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য (ইংৰাজী: Roman Empire) (লেটিন: Imperium Rōmānum

, সাঁচ:IPA-la পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ, আফ্ৰিকা আৰু এচিয়ালৈকে বিস্তৃত আছিল। ইয়াৰ আগেয়ে গৃহযুদ্ধ আৰু ৰাজনৈতিক সংঘাটৰ ফলত ৰোমত বিৰাজমান ৫০০ বছৰীয়া ৰোমান প্ৰজাতন্ত্ৰত প্ৰৱল অস্থিৰতাৰ সৃষ্টি হয়। এই কালছোৱাত জুলিয়াচ ছীজাৰক স্থায়ী ডিক্টেটৰ বা ন্যায়পালিকা হিচাপে নিযুক্তি দিয়া হয়। খ্ৰী:পূ: ৪৪-ত তেওঁক কেইজনমান ষড়যন্ত্ৰকাৰীয়ে হত্যা কৰে। ফলস্বৰূপে গৃহযুদ্ধ আৰু হত্যালীলা অব্যাহত থাকে। ছীজাৰৰ তোলনীয়া পুত্ৰ অক্টাভিয়ানে খ্ৰী:পূ: ৩১-ত এক্টিয়ামৰ যুদ্ধত মাৰ্ক এণ্টনী আৰু ক্লিঅ’পেট্ৰাক পৰাজিত কৰে। ইয়াৰ পিছত অক্টেভিয়ান অদমনীয় হৈ উঠে আৰু খ্ৰী:পূ: ২৭ ত ৰোমান ছিনেটে তেওঁক আনুষ্ঠানিকভাৱে অসীম ক্ষমতা দিয়াৰ লগতে অগষ্টাছ উপাধি প্ৰ্দান কৰে। ইয়াৰ লগে লগে ৰোমান প্ৰজাতন্ত্ৰৰো যৱনিকা পৰে।

ৰোমান প্ৰজাতন্ত্ৰ প্ৰায় ৫০০ বছৰ ধৰি প্ৰচলিত আছিল। ইয়াৰে প্ৰথম দুটা শতিকা ৰাজনৈতিক সুস্থিৰতা আৰু সমৃদ্ধিৰ কাৰণে জনাজাত। এই কালছোৱাক ৰোমান শান্তিৰ যুগ হিচাপে অভিহিত কৰা হয়। অক্টেভিয়ানৰ বিজয়ৰ পিছৰ কালছোৱাত ৰোমান সাম্ৰাজ্যৰ পৰিসৰৰ নাটকীয় পৰিৱৰ্তন ঘটে। ৪১ চনত কেলিগুলাৰ হত্যাৰ পিছত ছিনেটে পুনৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কথা বিবেচনা কৰে। কিন্তু ইতিমধ্যে প্ৰেইট’ৰিয়ান দেহৰক্ষী বাহিনীয়ে ক্ল’ডিয়াচক সম্ৰাট ঘোষণা কৰে। ক্ল’ডিয়াচৰ নেতৃত্বত ৰোমানসকলে ব্ৰিটানিয়াক নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰে। অক্টেভিয়ানৰ পিছত এইটোৱে আছিল সৰ্ববৃহৎ ৰাজ্য বিস্তাৰৰ ঘটনা। ক্ল’ডিয়াচৰ পৰৱৰ্তী সম্ৰাট নীৰোৱে ৬৮ চনত আত্মহত্যা কৰাৰ লগে লগে পুনৰ ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হয়। গৃহযুদ্ধ আৰু বিদ্ৰোহৰ (ইহুদী-ৰোমান যুদ্ধ) লগতে চাৰিজন সেনাধ্যক্ষক সম্ৰাট ঘোষণা কৰা হয়। ৬৯ চনত ইয়াৰে ভেচপাছিয়ানে বিজয় সাব্যস্ত কৰে আৰু ফ্লেভিয়ান ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰ পৰৱৰ্তী সম্ৰাট টাইটাছে ৰোমৰ বিখ্যাত ক’ল’চিয়াম নিৰ্মাণ কৰে। টাইটাছৰ পিছত ভ্ৰাতৃ ড’মিটিয়ান ৰোমান সিংহাসনত বহে আৰু দীৰ্ঘকাল ৰাজত্বৰ পিছত হত্যাৰ বলি হয়। ইয়াৰ পিছত ছিনেটে পাঁচজন সম্ৰাটক বাছনি কৰে। ইয়াৰে দ্বিতীয়জন সম্ৰাট ট্ৰাজানৰ শাসনকালতে ৰোমান সাম্ৰাজ্যই সৰ্বোচ্চ শিখৰ লাভ কৰে।

ক’ম’ডাছৰ ৰাজত্বকালত অস্থিৰতা আৰু পতনোন্মুখ গতি পুনৰ আৰম্ভ হয় আৰু ১৯২ চনত তেওঁ হত্যাৰ বলি হয়। ইয়াৰ পিছত ছেপ্টিমাচ চেভেৰাছ সম্ৰাট হয়। আলেকজেণ্ডাৰ চেভেৰাছৰ হত্যাৰ পিছত ৰোমান ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱল অস্থিৰতাৰ সৃষ্টি হয় আৰু ৰোমান ছিনেটে মাত্ৰ ৫০ বছৰৰ ভিতৰত ২৬ জন লোকক সম্ৰাট ঘোষণা কৰে। ডিঅ’ক্লেটিয়ানৰ শাসনকালত দেশখন চাৰিতা ভাগত ভাগ কৰি প্ৰত্যেকটো ভাগতে একোজন নিৰ্দিষ্ট শাসনকৰ্তা নিয়োগ কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে দেশলৈ পুনৰ সুস্থিৰতা ঘূৰি আহে। প্ৰথম কনষ্টেণ্টাইনৰ শাসনকালত গৃহযুদ্ধ নিৰ্মূল কৰা হয় আৰু প্ৰতিদ্বন্দীসকলক পৰাভূত কৰি তেওঁ একছত্ৰী সম্ৰাট হিচাপে অধিষ্ঠিত হয়। কনষ্টেণ্টাইনে ৰোমান ৰাজধানী বিজেণ্টাইনলৈ স্থানান্তৰ কৰে আৰু তেওঁৰ সন্মানাৰ্থে কনষ্টাণ্টিন’পল হিচাপে ঠাইখনৰ নতুন নামাকৰণ কৰা হয়। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে যি পিছলৈ ৰাষ্ট্ৰধৰ্ম হিচাপে থিতাপি লয়। সাম্ৰাজ্যৰ পূৰ্বীয় অঞ্চলটো বিশ্বৰ এক অগ্ৰণী শক্তি হিচাপে পৰিগণিত হয়। একত্ৰ ৰোমান সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট প্ৰথম থিয়’ড’চিয়াছৰ মৃত্যুৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ, গৃহযুদ্ধ, বহিৰাগতৰ আগ্ৰাসন, অৰ্থনৈতিক মন্দাৱস্থা আদি কাৰণত ৰোমান সাম্ৰাজ্যৰ আধিপত্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ৪৮০ চন মানতে সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন হোৱাৰ বিপৰীতে ১৪৫৩ চনত ইয়াৰ পূব প্ৰান্তৰো পতন ঘটে।

ৰোমান সাম্ৰাজ্য অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰত সেই সময়ৰ আটাইতকৈ শক্তিশালী আৰু সমৃদ্ধিশালী সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। ই আছিল ধ্ৰুপদী কালৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ এখন। চৰম শিখৰত থকা কালত ইয়াৰ মাটিকালি আছিল ৫০ লাখ বৰ্গ কিলোমিটাৰ আৰু প্ৰায় ৭ কোটি লোকেৰে ই বিশ্বৰ জনসংখ্যাৰ ২১% ক ধাৰণ কৰি আছিল। ৰোমান সাম্ৰাজ্যৰ বিস্তৃতি আৰু স্থায়ীত্বই লেটিন আৰু গ্ৰীক ভাষা, সংস্কৃতি, ধৰ্ম, আৱিষ্কাৰ, স্থাপত্য, দৰ্শন, আইন আৰু চৰকাৰ গাঁথনিৰো বিস্তৃতি আৰু স্থায়ীত্ব নিশ্চিত কৰিছিল।

স্বাধীন ৰাষ্ট্ৰসমূহ
সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ
আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু
বিশেষ প্ৰশাসনীয় অঞ্চলসমূহ

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.